Oral comprehension Check:
1.What did Lencho hope for? (Lecho এ কি আশা কৰিছিল ?)
Ans: লেন্সুৱে এজাক প্রৱল বৰষুণ নতুবা এজাক কম পৰিমাণৰ বৰষুণ আষা কৰিছিল ৷ কাৰণ, সেই মাটিখিনিক একমাত্র লাগতিয়াল বস্তুটো আছিল বৰষুণ ৷
Lencho hoped for a downpour or at least a shower. Because, the only thing the earth was needed, the rain.
2.What/Why did Lencho say the raindrops were like ‘new coins’?
কিয় Lencho য়ে বৰষুণৰ টোপালবোৰক নতুন মুদ্রাৰ দৰে বুলি কৈছিল ?
Ans: যেতিয়া বৰষুণৰ ডাঙৰ টোপালবোৰ পৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া লেন্সুৱে জানিছিল যে সেই বৰষুণৰ টোপালবোৰে লেন্সুক অধিক শস্য আনি দিব আৰ লগতে নতুন মুদ্রাও এইবোৰৰ পৰা আগমন ঘটিব ৷ সেয়েহে, Lencho য়ে বৰষুণৰ টোপালবোৰক নতুন মুদ্রাৰ দৰে বুলি কৈছিল ৷
When the big drops of rain began to fall, then Lencho knew that the raindrops would bring him much crop/grain and also would bring some new coins through them. So, Lencho said the raindrops were like ‘new coins’.
3.How did the rain change? What happened to Lencho’s fields?
সেই বৰষুণ কেনেদৰে সলনি হৈছিল ? লেন্সুৰ পথাৰখনত কি হৈছিল ?
Ans:
প্রথমতে, বৰষুণৰ ডাঙৰ টোপালবোৰ পৰিবলৈ আৰম্ভ কৰিছিল৷কিন্তু অলপ পাছতে, এজাক প্রৱল ধুমুহা বলা আৰম্ভ হৈছিল আৰ বৰষুণৰ লগতে ডাঙৰ শিলবোৰো পৰিব আৰম্ভ কৰিছিল ৷ তাৰ পাছত, সেই বৰষুণ শিলাবৰষুণ বা শিলাধুমুহালৈ সলনি হৈছিল ৷
At first, the big drops of rain began to fall. But/unfortunately, after some time, a strong wind began to blow and along with the rain very large hailstones began to fall. After that, the rain had changed to hailstorm.
সেই শিলাধুমুহাৰ পাছত, সেই পথাৰখন বগা হৈ পৰিছিল যেন নিমখেৰেহে আবৃত্ত আছিল ৷ দ্বিতীয়তে, এটাও পাত গছত থকা নাছিল ৷ তৃতীয়তে, শস্যবোৰ সম্পূৰ্ণৰপে ধ্বংস হৈ গৈছিল ৷চতুৰ্থতে, ফুলবোৰ ডালৰ পৰা সৰি পৰিছিল ৷
After the hail, the field was white, as if covered with salt. Secondly, not a leaf remained on the trees. Thirdly, the corn was totally destroyed. At forth/Fourthly, the flowers were gone from the plants.
4. What were Lencho’s feeling where the hail stopped?
যেতিয়া শিলাধুমুহা বন্ধ হৈছিল তেতিয়া লেন্সুৰ কেনে ভাবনা হৈছিল ?
(extra Question: “Lencho’s soul was filled with sadness” why?)
Ans: শিলাধুমুহা বন্ধ হোৱাৰ পাছত, লেন্সুৰ মনটো দুখেৰে ভৰি পৰিছিল ৷ তেওঁ প্রকাশ কৰিছিল যে সেইবছৰ তেওঁলোকৰ কোনো শস্য নাথাকিব ৷ লগতে, তেওঁ দুখতে কৈছিল যে তেওঁলোকে সেইবছৰ ভুকতে থাকিব লাগিব ৷ আকৌ, তেওঁ কৈছিল যে Locust নামৰ পোকৰ দল হোৱাহেতেল অলপ বেছিকৈ এৰি গ’লহেতেন ৷
After the hail stopped, Lencho’s soul was filled with sadness. He expressed that that year they would have no corn. Also, he sorrowfully said that they would go hungry that year. Again, he said that a plague of locusts would have left more than that or the hail.
Oral Comprehension Check
1.Who or what did Lencho have faith in? What did he do?
কোন বা কিহৰ ওপৰত লেন্সুৱে বিশ্বাস ৰাখিছিল ? তেওঁ কি কৰিছিল ?
Ans: লেন্সুৱে সম্পূৰ্ণৰপে ভগৱানৰ ওপৰত বিশ্বাস কৰিছিল ৷
সেয়েহে, সেই বিপদৰ সময়ত, তেওঁ ভগবানলৈ এখন চিঠি লিখিছিল আৰ তেওঁ অসুবিধাসমূহৰ বিষয়ে জনাইছিল ৷ লগতে, তেওঁৰ পথাৰখনত পুনৰ বীজ সিচিবৰ বাবে আৰ শস্য নহালৈকে জীয়াই থাকিবৰ বাবে লেন্সুয়ে ভগবানৰ পৰা এশ পেচচ বিচাৰিছিল ৷
Lencho had totally/deep faith in God.
So, in that helpless situation (/dangerous time), he wrote a letter to God and he informed about his problems. Also, he wanted a hundred pesos to sow his field again and to live until the crop comes.
2. Who read the letter?
চিঠিখন কোনে পঢ়িছিল?
Ans : যেতিয়া ডাকৱালাজনে চালে, চিঠিখন ঈশ্বৰলৈ সম্বোধন কৰা হৈছে, তেওঁ হাঁহিছিল আৰু চিঠিখন ভাৰপ্ৰাপ্ত কৰ্মচাৰীৰ ওচৰলৈ লৈ গৈছিল, যি জনে চিঠিখন পঢ়িছিল।
চিঠিখন কোনে পঢ়িছিল?
Ans : যেতিয়া ডাকৱালাজনে চালে, চিঠিখন ঈশ্বৰলৈ সম্বোধন কৰা হৈছে, তেওঁ হাঁহিছিল আৰু চিঠিখন ভাৰপ্ৰাপ্ত কৰ্মচাৰীৰ ওচৰলৈ লৈ গৈছিল, যি জনে চিঠিখন পঢ়িছিল।
When the postman saw that the letter was addressed to God, he laughed and took the letter to the postmaster, who then read the letter.
3.What did the postmaster do then/after read the letter? (তেতিয়া Postmaster জনে কি কৰিছিল?)
(Extra Qustion- What did the postmaster do after read the lencho’s letter to God?)
Ans: প্রথমতে, Postmaster জনে ভাল সম্ভাষণেৰে উত্তৰ দিবৰ বাবে সাজু হৈছিল ৷ কিন্তু যেতিয়া তেওঁ এশ পেচচৰ কথাটো বা বিষয়টো গম পাইছিল, তেতিয়া তেওঁ তেওঁৰ কৰ্মকৰ্তাসকল, বহুতো বন্ধুৰ পৰা আৰ নিজৰ দৰমহাৰ পৰা সত্তৰ পেচচ গোটাইছিল ৷ অৱশেষত, এখন চিঠিৰ সৈতে আৰ সেই Postman জনৰ যোগেৰে লেন্সুক সেই টকা অৰ্পণ কৰিছিল ৷
At first, the postmaster readied to answer the letter by goodwill, ink and paper. But, when he knew about the matter of a hundred pesos, thenhe collected seventy pesos from his employees, several friends and part of his salary. At last, he had given the money to Lencho by a letter and through the postman. (Italic ত থকা শব্দবোৰৰ ওপৰত: Postmaster জনে ক’ৰ ক’ৰ পৰা টকা সংগ্রহ কৰিছিল ?)
Oral Comprehension Check:
1.Was Lencho surprised to find a letter for him with money in it?
লেন্সুৱে তেওঁৰ বাবে এখন চিঠি টকাৰ সৈতে পোৱাত আচৰিত হৈছিল নেকি ?
Ans: নহয়, অৱশ্যেই হোৱা নাছিল ৷ লেন্সুৰ ভগবানৰ ওচৰত গভীৰ বিশ্বাস আছিল ৷ সেয়েহে, সেই চিঠিখন পোৱাত কোনো আচৰিত নতুবা অচিনাকী প্রতিক্রিয়া কৰা নাছিল ৷ ইয়াৰ পৰিৱৰ্তে, তেওঁ বিচাৰাতকৈ কম টকা পোৱা বাবে খঙহে উঠিছিল ৷
No, absolutely not. Lencho had deep faith in God. So, he did not surprise or react strange to find a letter for him. Instead, he was angry for finding the less money he wanted.
2.What made Lencho(him) angry?
কিহে লেন্সুক খঙ উঠাইছিল ?
(extra question- Why did Lencho say “The post office employees are a bunch of crooks.”)
Ans: তেওঁৰ পথাৰখনত পুনৰ বীজ সিচিবৰ বাবে আৰ শস্য নহালৈকে জীয়াই থাকিবৰ বাবে লেন্সুয়ে ভগবানৰ পৰা এশ পেচচ বিচাৰিছিল ৷ যেতিয়া তেওঁ চিঠিখনত সত্তৰ পেচচ পাইছিল তেতিয়া তেওঁৰ খঙ উঠিছিল ৷ তেওঁ ভাবিছিল যে বাকী টকাকেইটা ডাকঘৰৰ কৰ্মচাৰীসকলে ৰখই থৈছিল ৷ সেয়ে, এই বিষয়টোৰ বাবে, তেওঁ মতামত দিছিল, “ডাকঘৰৰ কৰ্মচাৰীসকল ঠগবাজী” ৷
Lencho wanted a hundred pesos to sow his field again and to live until the crop comes. When, he found seventy pesos in the letter then he was angry. He thought that the rest of the moneywere/was captured by the post office employees. So, for this reason, he commented, “The post office employees are a bunch of crooks.”
Thinking about the Text
1. Who does Lencho have complete faith in? Which sentences in the story tell you this?
লেন্সুয়ে কিহত সম্পূৰ্ণ বিশ্বাস আছে?কাহিনীৰ কোনবিলাক বাক্যই এই বিষয়ে কয়?
Ans : Lencho has complete faith in God. The sentences in the story that show this mater are as follows:
লেন্সুয়ে ঈশ্বৰত অগাধ বিশ্বাস আছে। কাহিনীৰ এই বিষয়ে কোৱা কথাবোৰ তলত দিয়া ধৰণৰ:
(i) But in the heart of all who lived in that solitary house in the middle of the valley, there was a single hope: help from God.
কিন্তু উপত্যকাটোৰ মাজত থকা, একমাত্ৰ ঘৰটোত বাস কৰা আটাইৰে হৃদয়ত এটাই মাত্ৰ আশা;ঈশ্বৰৰ সহায়।
(ii) All through the night, Lencho thought only of his one hope: the help of God, whose eyes, as he had been instructed, see everything, even what is deep in one's conscience.
ওৰেটো ৰাতি লেন্সুয়ে মাত্ৰ একেটা আশাৰ কথাই ভাবিলে সেইয়া হ'ল ঈশ্বৰৰ সহায়। তেওঁক শিকোৱা অনুসৰি ঈশ্বৰে সকলো দেখা পায়। আনকি মানুহৰ হৃদয়ৰ গভীৰতাত থকা বিবেককো দেখা পায়।
(iii) He wrote 'To God' on the envelope, put the letter inside and still troubled, went to town.
খামটোৰ ওপৰত "প্ৰতি ঈশ্বৰ" বুলি ঠিকনা লিখিলে আৰ চিঠিখনৰ খামটোত ভৰাই অশান্ত মনেৰে চহৰলৈ গ'ল।
(iv) "God" he wrote, "if you don't help me, my family and I will go hungry this year.
তেওঁ লিখিছিল, হে প্ৰভু, আপুনি মোক সহায় নকৰিলে মই আৰ মোৰ পৰিয়ালবৰ্গ এই বছৰ লঘোণে কটাব লাগিব।
(v) God could not have made a mistake, nor could he have denied Lencho what he had requested.

ঈশ্বৰে ভুল কৰিব নোৱাৰে নাইবা লেন্সুয়ে বিচৰা মতে ধন দিবলৈও অমান্তি হ'ব নোৱাৰে।
(vi) It said: "God: Of the money that I asked for. "
(vi) It said: "God: Of the money that I asked for. "
চিঠিখনত লিখা আছিল:" হে প্ৰভু, মই বিচৰা টকাৰ"
2. Why does the postmaster send money to Lencho? Why does he sign the letter 'God,"?
ডাকবিষয়াজনে লেন্সুলৈ কিয় টকা পঠিয়াইছে? সি চিঠিখনত "ঈশ্বৰ" বুলি কিয় চহী কৰে?
Ans : The postmaster sends money to Lencho in order to keep Lencho's faith in God alive. Secondly, he sticks to his resolution of answering the letter. Internally, he wants to help Lencho at this helpless time.

He signs the letter "God", so that Lencho's faith would not get shaken. Also, that Lencho does not suspect except (/without) God.
লেন্সুৰ বিশ্বাসখিনি বৰ্তাই ৰাখিবৰ বাবেই ডাকবিষয়াজনে লেন্সুলৈ টকা পঠিয়াইছে। দ্বিতীয়তে, তেওঁ চিঠিখনৰ উত্তৰ দিবৰ বাবে দৃঢ়সঙ্কল্প লৈছে ৷ ভিতৰৱাকৈ, তেওঁ লেন্সুক এই অসহায় সময়ত সহায় কৰিব বিচাৰিছে ৷
লেন্সুৰ বিশ্বাসখিনি বৰ্তাই ৰাখিবৰ বাবেই ডাকবিষয়াজনে লেন্সুলৈ টকা পঠিয়াইছে। দ্বিতীয়তে, তেওঁ চিঠিখনৰ উত্তৰ দিবৰ বাবে দৃঢ়সঙ্কল্প লৈছে ৷ ভিতৰৱাকৈ, তেওঁ লেন্সুক এই অসহায় সময়ত সহায় কৰিব বিচাৰিছে ৷
তেওঁ "ঈশ্বৰ" বুলি চিঠিখনত চহী কৰিছে, যাতেলেন্সুৰ বিশ্বাস নলৰে। লগতে, লেন্সুৱে যাতে ভগবানৰ বাহিৰে কাকো সন্দেহ নকৰে ৷
3. Did Lencho try to find out who had sent the money to him? Why/why not?
লেন্সুৱে টকাখিনি কোনে পঠিয়াইছিল বিচাৰি উলিয়াবৰ চেষ্টা কৰিছিল নে? কিয়/ কিয় নহয়?
Ans: No, Lencho had never tried to find out who had sent the money. This was because he had never suspected that that could be anybody else other than God who would send him the money. His faith in God was so strong, that’s why he believed that God had sent him the money.
নাই, লেন্সুৱে টকাখিনি কোনে পঠিয়াইছিল কেতিয়াও বিচাৰি উলিয়াবৰ চেষ্টা কৰা নাছিল। কাৰণ সি কেতিয়াও সন্দেহ কৰা নাছিল যে তেওঁক টকা পঠিওঁতাজনা ঈশ্বৰৰ বাদে কোনো হ'ব নোৱাৰে। ঈশ্বৰত তাৰ ভাৰসা ইমানেই গভীৰ আছিল যে তেওঁ বিশ্বাস কৰিছিল টকাখিনি ঈশ্বৰে পঠিয়াইছিল।

4. Who does Lencho think has taken the rest of the money? What is the irony in the situation?
বাকী টকাখিনি কোনে লৈছে বুলি লেন্সুৱে ভাবে ?পৰিস্থিতিটোত বেপৰীত্য/ব্যংগাত্মক/হাহি উঠা বিষয়টো কি?
Ans: Lencho thinks that the post office employees have taken the rest of the money.
বাকী টকাখিনি কোনে লৈছে বুলি লেন্সুৱে ভাবে ?পৰিস্থিতিটোত বেপৰীত্য/ব্যংগাত্মক/হাহি উঠা বিষয়টো কি?
Ans: Lencho thinks that the post office employees have taken the rest of the money.
The irony of the situation is that the employees whom he calls a 'bunch of crooks' and suspects of taking some of the money, these are the same people who has contributed and sent him the money in the first place.
লেন্সুৱে ভাবিছে যে ডাকঘৰৰ কৰ্মচাৰীয়ে বাকী টকাখিনি লৈছে।
লেন্সুৱে ভাবিছে যে ডাকঘৰৰ কৰ্মচাৰীয়ে বাকী টকাখিনি লৈছে।
পৰিস্থিতিটোৰ বেপৰীত্য/ব্যংগাত্মক/হাহি উঠা বিষয়টো হৈছে যে যাক তেওঁ 'একদম বদমাচ লোক' বুলি কৈছে আৰ সন্দেহ কৰিছে যে টকাখিনিৰ কিছু অংশ লৈছে সেই লোকসকলেই বৰঙণি আগবঢ়াইছে আৰ প্ৰথম অৱস্থাত তেওঁক টকা পঠিয়াইছে।
No comments:
Post a Comment